Breaking News
Home / Uncategorized

Uncategorized

হাগ্ৰামাই দিলে লুৰিণজ্যোতি গগৈক দিলে উত্তৰ

হাগ্ৰামাই দিলে লুৰিণজ্যোতি গগৈক দিলে উত্তৰ ডিজিটেল ডেস্ক: বিপিএফ দল অবিহনে ৰাজ্যত কোনো দলে চৰকাৰ গঠন কৰিব নোৱাৰে৷ ইয়াৰ বাবে দলে ৰাখিব ষ্ট্ৰেটেজী৷ এই মন্তব্য বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ৷ ৰাজ্যৰ ৰাজনীতিত পুনৰ চৰ্চালৈ আহিছে বিটিআৰৰ আঞ্চলিক ৰাজনৈতিক দলটো৷ কিয়নো সম্মুখত বিধানসভা নিৰ্বাচন৷ ৰাজ্যৰ বিজেপি, কংগ্ৰেছকে ধৰি ৰাজনৈতিক দল সমূহে …

Read More »

প্ৰাক্তন মন্ত্ৰী তথা লাহৰীঘাট সমষ্টিৰ বিধায়ক ডা নজৰুল ইছলামৰ দুৰ্গত খহনীয়া। প্ৰায় শতাধিক পুৰুষ-মহিলা কংগ্ৰেছ কৰ্মীৰ এ আই ইউ ডি এফ দলত যোগদান

প্ৰাক্তন মন্ত্ৰী তথা লাহৰীঘাট সমষ্টিৰ বিধায়ক ডা নজৰুল ইছলামৰ দুৰ্গত খহনীয়া। প্ৰায় শতাধিক পুৰুষ-মহিলা কংগ্ৰেছ কৰ্মীৰ এ আই ইউ ডি এফ দলত যোগদান। po আগন্তুক ২০২১চনৰ বিধান সভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত লাহৰীঘাট সমষ্টিত ব্যাপক নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে এ আই ইউ ডি এফ দলৰ নেতা-কৰ্মী …

Read More »

খবৰদাৰ চক্ৰান্তৰ জালত ভৰি নথ’ৱ মিঞা সকল:

জহিৰুল ইছলাম;৭০০২০৬৪৯৮২ । আমি এটা বিষয় লক্ষ্য কৰিছোঁ, শেহতীয়াকৈ পৰিকল্পিত NRC ৰ আপত্তি বিষয়ক জটিলতাক লৈ একাংশ উদীয়মান যুৱ বন্ধু বান্ধৈৱে আবেগিক হৈ পৰিছে । আবেগিক হোৱাও অস্বাভাৱিক নহয় । চৰকাৰ যন্ত্ৰৰ সামান্তৰালকৈ ৰাজ্যৰ একাংশ জোল চেলিকী ফুৰা বেচৰকাৰী যন্ত্ৰৰ কুমন্ত্ৰণাত ৰাজ্যৰ মিঞা জনগোষ্ঠীটোক ৰাজনৈতিক টাৰ্মকাৰ্ড হিচাপে ব্যৱহাৰ কৰিবলৈ বাৰে …

Read More »

নিউজ ১৮ ৰ ভূৱা বাতৰিয়ে জোকাৰিছে অসম : প্ৰকৃত তথ্য চাওক :

ডিজিটেল ডেস্কঃ এক শিহৰণকাৰী দৃশ্য। https://m.facebook.com/story.php?story_fbid=307402083222327&id=1990158961228725 এই লিংকত প্ৰথম ১৯ জানুৱাৰীত প্ৰকাশ কৰা হৈছিল । তাৰ পাছত বিভিন্ন মহলে ডাউলোড কৰিছে । দৃশ্যটোত এগৰাকী যুৱতীক ধৰি আছে এজন যুৱকে। আৰু এখন চুৰি,তেলৰ বটল,বাল্টি আদি লৈ সন্মুখত এজন মৌলবী। ছ’চিয়েল মিডিয়াত এই দৃশ্য ভাইৰেল হৈছে। কোনো কোনোৱে কৈছে- এই যুৱতীগৰাকীক বিয়াৰ পাছত …

Read More »

অসমৰ ছোৱালী বহিঃৰাজ্যত বিক্ৰীঃ নাৰী সৰ্বৰাহকাৰীক গ্ৰেপ্তাৰৰ দাবী গঞা ৰাইজৰঃ সুখচৰ থানাত গোচৰ ৰুজু ভুক্তভোগীৰঃ

ফাস্ট নিউজ অসম: হাটশিঙিমাৰী, ২২ জানুৱাৰীঃ নৱ গঠিত দঃশালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় ১০ কিঃমিঃ নিলগত ২২ বছৰীয়া এজনী ছোৱালী নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে সুখচৰ থানাৰ অন্তৰ্গত তাতিপাৰা গাওঁৰ বাসিন্দা ছাবেৰ আলী খন্দকাৰৰ কন্যা মিনাৰা খাতুন(২২) চলিত মাহৰ যোৱা ২ তাৰিখ বুধবাৰৰ …

Read More »