Breaking News
Home / Editorial (page 2)

Editorial

মিঞা জনগোষ্ঠীৰ খাদ্য সংস্কৃতিৰ বিভিন্ন প্ৰকাৰৰ মোৱা অথবা মোলা

মোৱা অথবা মোলা মিঞা সকলৰ খাদ্য সংস্কৃতিৰ এক অন্যতম খাদ্য । মোৱা অথবা মোলা নামটো শুনা মাত্ৰেই চটাংকৈ মনলৈ আহে সৰু কালৰ কথা । সৰুতে যেতিয়া বিয়া ঘৰত গৈছিলোঁ তেতিয়া এই মোৱা অথবা মোলা চাই জিভাৰ আগলিত পানীবোৰ লহপহকৈ ওলাই আহিছিল যদিও ভয়ো লাগিছিল । ভয়ৰ কাৰণ আছিল কিছু কিছু …

Read More »

পাকিস্থান-ভাৰতৰ যুদ্ধাংদেশী অৱস্থাৰ আৰত চীনৰ ভুমিকা আৰু টেবুল চপৰিয়াই যুদ্ধৰ সোৱাদ বিচৰা সকললৈ একলম:

জহিৰুল ইছলাম;৭০০২০৬৪৯৮২ । দুই তিনিদিন ধৰি এটা কথাত ফেচবুক জোকাৰি থকা দেখা গৈছে । যুদ্ধও বোলে ফেচবুকত কৰা যায় ? অৱশ্যে ফেচবুকত জনমত যে গঢ়িব পৰা যায় সেয়া কিন্তু নুই কৰিব নোৱাৰি । আজিকালি এই কথাষাৰ অৰ্থাৎ ফেচবুকত যুদ্ধৰ আহ্বান জনোৱা বুলি ব্যপক চৰ্চা পৰিলক্ষিত হৈছে । এটা কথা মনত …

Read More »

কেৱল নিতুমনী,অখিলেই নহয় ! মৈনবৰীৰ তিনিবছৰীয়া কণমানিৰ দৰে সমগ্ৰ পশ্চিম অঞ্চলৰ কণমানি ওলাই আহিব:

জহিৰুল ইছলাম বৰপেটা মৈনবৰী সত্ৰ বিতৰ্ক লৈ শাসকগোষ্ঠীৰ কিছু নেতাই বিতৰ্কৰ সুত্ৰপাত ঘটোৱাৰ পাছতে সত্ৰাধিকাৰ ও সত্ৰাধিকাৰৰ পুত্ৰই যি স্পষ্ট মত দাঙি ধৰি অসমবাসীৰ মাজত আহিবধৰা চিৰাল ফাঁটৰ মাজত তালি ঢাপলি (জোৰা,সংযোজন) মাৰি অসমীয়া জাতীয় ঐক্যত এক শক্তিশালী ভুমিকা পালন কৰিলে ,এয়া নি:সন্দেহ ভাৱে অসম অসমীয়াৰ মাজত চিৰযুগমীয়া হৈ ৰ’ৱ …

Read More »

আছুৰ পতাকা বিতৰ্ক :

আছুৰ ভুমিকাক লৈ মাজে মাজে বিতৰ্ক হয় । হোৱাটো স্বাভাৱিক, চৰকাৰৰ অধিকাংশ নেতা কৰ্মী আছুৰ পৰাই উদগীৰিত । ৰাজ্যত উন্নয়ন কিমান হ’ল আজিলৈ ? ৭০ বছৰ পাৰ হ’ল । বহুতে বিভিন্নজনৰ কান্ধত ভৰ দি দিল্লী-দিছপুৰ পায় । সময়ৰ তাগিদাত সকলো পাহৰি আবেগৰ ঢৌ সৃষ্টিৰে কিছু কিছু গোষ্ঠীক ঢাল বনাই নেতা …

Read More »

অভিসপ্ত দিনৰ দিনলিপিত গুলজাৰ হুচাইন :

২০১৪ ৰ ২৮ জানুৱাৰী আছিল এক অভিসপ্ত দিন । আজিৰ এই দিনটোতেই নিষিদ্ধঘোষিত সন্ত্রাসী সংগঠন NDFB (S) ৰ গুলীত প্ৰাণ আহুতি দিছিল অসম আৰক্ষীৰ এগৰাকী নিৰ্ভিক সাহসী আৰক্ষী বিষয়া গুলজাৰ হুছেইনে ৷ শোণিতপুৰ ASP শ্বহীদ গুলজাৰ হুছেইন কৰ্মৰত থকা সময়ত গুলিৰে ছিদ্ৰী কৰি দিয়া হৈছিল তেখেতৰ বুকুৰ পাযোৰ । কিন্তু …

Read More »

FREEDOM AND PRIVACY WITHIN THE DARK WEB LINKS

When most of us think of the internet, we imagine day-to-day activities like watching a video, checking the news or booking a vacation online. However, under the surface lies a shadowy corner of the web where terrorists, criminals, and whistleblowers lurk. Recently Published report on THE DARK WEB LINKS says …

Read More »