Home Editorial মাজুলী নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ বাবে ৬জনক আটক যোৰহাট আৰক্ষীৰ

মাজুলী নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ বাবে ৬জনক আটক যোৰহাট আৰক্ষীৰ

ৰাজ্যজুৰি শোকৰ বন্যা বোৱাই অনা নিমাতীঘাট নাও দুৰ্ঘটনাৰ তদন্তত নামি পৰিছে আৰক্ষী। বিষয়া পৰ্যায়ৰ নিলম্বনৰ পিছত আৰক্ষীয়ে আটক কৰিছে ৬জন লোকক। যোৰহাট আৰক্ষীয়ে কালি নিশা আটক কৰা ব্যক্তিকেইগৰাকী হৈছে ধনবৰ দাস, যোগেন দাস, বিজুকুমাৰ দাস, জয়ন্ত দত্ত, বিনোদ বৰুৱা আৰু বাবুল নেওগ।

নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ বাবে ৬জনক আটক যোৰহাট আৰক্ষীৰ

ৰাজ্য চৰকাৰৰ নিৰ্দেশত যোৰহাট আৰক্ষীয়ে তৰা ফৌজদাৰী গোচৰৰ ভিত্তিত এই লোককেইগৰাকীক আটক কৰা হৈছে। ধনবৰ দাস আছিল দুৰ্ঘটনাগ্ৰস্ত নাওখনৰ গুৰিয়াল। বাকী আটকাধীন লোককেইগৰাকী আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰী।

 

উল্লেখ্য, আটকাধীন লোকসকলৰ একাংশই সংবাদ মাধ্যমৰ আগত আৰক্ষীয়ে আটক কৰা প্ৰসংগত অজ্ঞতা প্ৰকাশ কৰি  কয় যে নাও দুর্ঘটনাৰ সময়ত উদ্ধাৰ কাৰ্যতো চামিল হৈছিল। আনহাতে আভ্যন্তৰীণ জলবিভাগৰ আটকাধীন কৰ্মচাৰীয়েও কৰ্তৃপক্ষৰ নিৰ্দেশ মতে কাম কৰাৰ বিষয়ে প্ৰকাশ কৰে।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Must Read

মাজুলী নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ বাবে ৬জনক আটক যোৰহাট আৰক্ষীৰ

ৰাজ্যজুৰি শোকৰ বন্যা বোৱাই অনা নিমাতীঘাট নাও দুৰ্ঘটনাৰ তদন্তত নামি পৰিছে আৰক্ষী। বিষয়া পৰ্যায়ৰ নিলম্বনৰ পিছত আৰক্ষীয়ে আটক কৰিছে ৬জন লোকক। যোৰহাট...

ভাল ফলাফললৈ MA পাছ কৰা ল’ৰাজনক উপহাৰ

ভাল ফলাফললৈ MA পাছ কৰা ল'ৰাজনক উপহাৰ দিবলৈ দেউতাই এখন পুৰণা গেৰেজত লৈ গল। এখন পুৰণা গাড়ী দেখুৱাই দেউতাই কলে-জৰাজীর্ণ এই গাড়ীখন মই বহু বছৰ...

The Secret to Your Company’s Financial Health is Very Important

A coffee break in the United States and elsewhere is a short mid-morning rest period granted to employees in business and industry. An afternoon...

A Look at How Social Media & Mobile Gaming Can Increase Sales

A coffee break in the United States and elsewhere is a short mid-morning rest period granted to employees in business and industry. An afternoon...

Boxtrade Lands $50 Million in Another New Funding Round with IBM

A coffee break in the United States and elsewhere is a short mid-morning rest period granted to employees in business and industry. An afternoon...