Home Local News ভাল ফলাফললৈ MA পাছ কৰা ল'ৰাজনক উপহাৰ

ভাল ফলাফললৈ MA পাছ কৰা ল’ৰাজনক উপহাৰ

ভাল ফলাফললৈ MA পাছ কৰা ল’ৰাজনক উপহাৰ দিবলৈ দেউতাই এখন পুৰণা গেৰেজত লৈ গল।
এখন পুৰণা গাড়ী দেখুৱাই দেউতাই কলে-জৰাজীর্ণ এই গাড়ীখন মই বহু বছৰ আগতে কিনিছিলো। এতিয়া এইখনৰ বহুত বয়স হ’ল ।তোমাৰ এই আনন্দময় মূহুৰ্তত এইখন মই তোমাক উপহাৰ হিচাপে দিব বিচাৰো।তাৰ আগতে তুমি এইঝন বিক্ৰি কৰাৰ বাবে এখন গাড়ীৰ শ্বোৰূমলৈ যোৱা আৰু সুধা সিহঁ‌তে এইখনৰ মূল্য কিমান দিয়ে।
ল’ৰাজনে গাড়ীৰ শ্বোৰূমৰ পৰা উভতি দেউতাৰ ওচৰলৈ আহি কলে-সিহঁ‌তে গাড়ী খনৰ মূল্য এহেজাৰ ডলাৰ দিব বুলি কৈছে কাৰন এইখন দেখাত খুবেই জৰাজীর্ণ।
দেউতাই কলে-এতিয়া এইখনক এখন ভঙা-চিঙা ডেম্পলৈ লৈ যোৱা আৰু সুধা সিহঁ‌তে কিমান দিব বুলি কয়!
ভঙা-চিঙা ডেম্পৰ পৰা উভতি আহি কলে-এইখন বহুত পুৰণা গাড়ী বুলি ইয়াৰ মূল্য ১০০ দিব বুলি কয়।তাৰ পিছত দেউতাই এখন গাড়ীৰ ক্লাৱত গৈ গাড়ীখন দেখুৱাবলৈ কয়।ফুৰ্টিৰে সৈতে ল’ৰাজনে গাড়ীৰ ক্লাৱৰ পৰা আহি আহি দেউতাক কলে- ক্লাৱত কিছুমানে খুবেই কৌতূহল হৈ গাড়ীখন পৰ্য্যবেক্ষণ কৰিলে আৰু ইয়াৰ বাবে এক লাখ ডলাৰ অফাৰ কৰিছে।যিহেতু এইখন এখন Nissan Skyline R34, এখন আইকনিক গাড়ী।
তেতিয়া দেউতাই ল’ৰাজনক কলে-সঠিক জেগাত সঠিক মানুহে তোমাক সঠিক ভাবেই মূল্যায়ন কৰিব। আৰু যদি কৰবাত তোমাক মূল্যায়ন কৰা নহয়,তেনেহলে খং নকৰিবা।বুজি লবা তুমি ভুল জেগাত আছা।সেই সকলেই তোমাৰ মূল্য দিব, যিসকলৰ নিজৰ মাজত মূল্যবোধ আছে, গুণ ও গুণীৰ মৰ্ম উপলব্ধি কৰাৰ দৰে যোগ্যতা আছে। এনে জেগাত কেতিয়াও নাথাকিবা যত তোমাক প্রকৃত মূল্যায়ন কৰাৰ যোগ্য মানুহৰ খুবেই অভাৱ I
May be an image of car and outdoors

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Must Read

মাজুলী নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ বাবে ৬জনক আটক যোৰহাট আৰক্ষীৰ

ৰাজ্যজুৰি শোকৰ বন্যা বোৱাই অনা নিমাতীঘাট নাও দুৰ্ঘটনাৰ তদন্তত নামি পৰিছে আৰক্ষী। বিষয়া পৰ্যায়ৰ নিলম্বনৰ পিছত আৰক্ষীয়ে আটক কৰিছে ৬জন লোকক। যোৰহাট...

ভাল ফলাফললৈ MA পাছ কৰা ল’ৰাজনক উপহাৰ

ভাল ফলাফললৈ MA পাছ কৰা ল'ৰাজনক উপহাৰ দিবলৈ দেউতাই এখন পুৰণা গেৰেজত লৈ গল। এখন পুৰণা গাড়ী দেখুৱাই দেউতাই কলে-জৰাজীর্ণ এই গাড়ীখন মই বহু বছৰ...

The Secret to Your Company’s Financial Health is Very Important

A coffee break in the United States and elsewhere is a short mid-morning rest period granted to employees in business and industry. An afternoon...

A Look at How Social Media & Mobile Gaming Can Increase Sales

A coffee break in the United States and elsewhere is a short mid-morning rest period granted to employees in business and industry. An afternoon...

Boxtrade Lands $50 Million in Another New Funding Round with IBM

A coffee break in the United States and elsewhere is a short mid-morning rest period granted to employees in business and industry. An afternoon...