Breaking News
Home / Local News / মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ

মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ

সমূহ অসমবাসীলৈ অসমীয়া জাতিৰ বাপতিসাহোন মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
অসমৰ পৰম্পৰা,ভাষা,সংস্কৃতি জীয়াই থাকিলেহে অসমীয়া জাতি জীয়াই থাকিব।মাঘ বিহুৰ এই আনন্দৰ সন্ধিক্ষনত অসমীয়া জাতিৰ সকলো বিপদ-আপদ,আৰু জাতিধ্বংসী কাৰ্যসমূহ মেজিৰ জুইত ভস্মীভূত হৈ অসমলৈ শান্তি  কঢ়িয়াই আনক তাৰেই কামনা ।

Check Also

এগৰাকী আৰক্ষী বিষয়াৰ নিম্ন মানসিকতাৰ মন্তব্যত জোকাৰিছে অসম:

চাওক কি জঘন্য মানসিকতাhttps://youtu.be/S74-1iFSuQ0https://youtu.be/ttHo-9mj-aQFast News Assam यांनी वर पोस्ट केले बुधवार, १८ सप्टेंबर, २०१९

Leave a Reply

Your email address will not be published. Required fields are marked *