Home / Local News / NHM Manager Arrested, Svr.শিৱসাগৰত যৌন কেলেংকাৰী গ্ৰেপ্তাৰ ৰাষ্ট্ৰীয় স্বাস্হ্য মিছনৰ প্ৰগেম মেনেজাৰ। https://youtu.be/hg-YFV4-ZZA

NHM Manager Arrested, Svr.শিৱসাগৰত যৌন কেলেংকাৰী গ্ৰেপ্তাৰ ৰাষ্ট্ৰীয় স্বাস্হ্য মিছনৰ প্ৰগেম মেনেজাৰ। https://youtu.be/hg-YFV4-ZZA

NHM Manager Arrested, Svr.শিৱসাগৰত যৌন কেলেংকাৰী গ্ৰেপ্তাৰ ৰাষ্ট্ৰীয় স্বাস্হ্য মিছনৰ প্ৰগেম মেনেজাৰ।https://youtu.be/hg-YFV4-ZZA NHM Manager Arrested, Svr.# শিৱসাগৰত যৌন কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ ৰাষ্ট্ৰীয় স্বাস্হ্য মিছনৰ প্ৰগেম মেনেজাৰ ## শিৱসাগৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত যৌন কেলেংকাৰী । গ্ৰেপ্তাৰ জিলা প্ৰগ্ৰেম মেনেজাৰ । ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ প্ৰগেম মেনেজাৰৰ এই কেলেংকাৰী ।ৰাষ্টীয় স্বাস্থ্য মিছনৰ প্ৰগেম মেনেজাৰ হিল্টন শইকীয়াৰ বিৰোদ্ধে স্বাস্হ্য মিছনৰ লেবৰটৰী টেকনিচায়নৰ প্ৰৱঞ্চনাৰে ধৰ্ষণৰ অভিযোগ ।শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল লেবৰেটৰী টেকনিচিয়ান বৰ্ণালী দেউৰীৰ ।টেকনিচিয়ানৰ এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 498(a) 376, 494 ধাৰাত 913/19 নম্বৰৰ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ প্ৰগেম মেনেজাৰ হিল্টন শইকীয়াক ।শইকীয়াৰ বিৰোদ্ধে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ চিলাপথাৰ কাৰ্যালয়ৰ লেবৰেটৰী টেকনিচিয়ান বৰ্ণালী দেউৰীৰ অভিযোগ যে দীৰ্ঘদিনে হিল্টন শইকীয়াই প্ৰৱঞ্চনাৰে যৌন শোষণ চলাই আহিছে ৷ইফালে হিল্টন শইকীয়াৰ পত্নীৰো বৰ্ণালী দেউৰীৰ বিৰোদ্ধে এজাহাৰ ৷ এজাহাৰত বৰ্ণালী দেউৰীয়ে হিল্টন শইকীয়াৰ পৰা ব্লেকমেইলিঙৰে ধন দাবী কৰাৰ অভিযোগ ।Bite- 1 শইকীয়া পত্নী ।হিল্টন শইকীয়াৰ শিক্ষয়িত্ৰী পত্নীৰ হিয়া ভগা কান্দোনত সদৰ থানাত হাহাকাৰ পৰিস্থিতি ৷শিৱসাগৰ আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ অন্তত শিৱসাগৰ সদৰ থানাত জেৰা অব্যাহত ৰাখিছে হিল্টন শইকীয়াক ৷আনহাতে দেওবাৰে শিৱসাগৰ সদৰ থানাত উপস্হিত হৈ হিল্টন শইকীয়াৰ পত্নীৰ সকলো অভিযোগ খণ্ডন কৰাৰ লগতে হিল্টন শইকীয়া আৰু বৰ্ণালী দেউৰীৰ মাজৰ বহু অন্তৰংগ মুহুত্তৰ ফটো, প্ৰেমজনিত টেলিফোনিক বাৰ্তালাপৰ ৰেকৰ্ডিং আৰক্ষীক জমা দিয়ে বুলি জানিব পৰা গৈছে । ইয়াৰ ওপৰিও হিল্টন শইকীয়াই ২০১৭ চনত ধেমাজিৰ এখন ব্যক্তিগত চিকিৎসালয়ত বৰ্ণালীৰ গৰ্ভপাত কৰোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰে ।Bite- 2 বৰ্ণালী দেউৰী ।শিৱসাগৰত ৰাষ্ট্ৰীয় স্বাস্হ্য মিছনৰ শীৰ্ষ বিষয়াৰ দ্বাৰা সংঘটিত এনে নিৰ্লজ কাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

Fast News Assam यांनी वर पोस्ट केले मंगळवार, १७ सप्टेंबर, २०१९

Check Also

লাহৰীঘাটত ডোংগাজানৰ গৰাখহনীয়া

https://m.facebook.com/story.php?story_fbid=466770077234967&id=264734124105231

Leave a Reply

Your email address will not be published. Required fields are marked *