Breaking News

Recent Posts

হাউলীৰ হটাপাৰা বজাৰত অসম বাঁহ-বেত শিল্প কাৰিকৰ সমিতিৰ অধিবেশন আৰু বাণিজ্য মেলা

হাউলীৰ হটাপাৰা বজাৰত অসম বাঁহ-বেত শিল্প কাৰিকৰ সমিতিৰ অধিবেশন আৰু বাণিজ্য মেলা আলম ছৰোৱাৰ,হাউলী,২০ জানুৱাৰীঃ অসম বাঁহ-বেত শিল্প কাৰিকৰ সমিতিৰ অধিবেশন আৰু বাণিজ্য মেলা অহা ২২ জানুৱাৰীৰ পৰা দহ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে হাউলীৰ ওচৰৰ হটাপাৰা বজাৰ প্ৰাংগনত অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে | ইয়াৰ লগত সংগতিৰাখি শ্যামল চন্দ্ৰ বিশ্বাসক …

Read More »

মন্ত্ৰীৰ ৰূপ চাওক

মন্ত্ৰীৰ ৰূপ চাওক। এলা পেচা মানুহে দেখিলে ভয়তে দৌৰ মাৰিব। কেন্দ্ৰীয় মন্ত্ৰী Pratap Sarangiয়ে চুৰটত কয় যে যিসকলে বন্দে মাতৰম নকয় তেওঁলোকৰ ভাৰতবৰ্ষত থকাৰ কোনো অধিকাৰ নাই। তেওঁ লগতে কয় জনসাধাৰনক ফ্ৰি বিদ্যুৎ অাৰু পানী দিলে দেশৰ কোনো উন্নয়ন নহয়।

Read More »

মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ

সমূহ অসমবাসীলৈ অসমীয়া জাতিৰ বাপতিসাহোন মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। অসমৰ পৰম্পৰা,ভাষা,সংস্কৃতি জীয়াই থাকিলেহে অসমীয়া জাতি জীয়াই থাকিব।মাঘ বিহুৰ এই আনন্দৰ সন্ধিক্ষনত অসমীয়া জাতিৰ সকলো বিপদ-আপদ,আৰু জাতিধ্বংসী কাৰ্যসমূহ মেজিৰ জুইত ভস্মীভূত হৈ অসমলৈ শান্তি  কঢ়িয়াই আনক তাৰেই কামনা ।

Read More »